Thursday, March 30, 2023
HomeAssameseতিনিচুকীয়াৰ লক্ষীপথাৰত নামঘৰৰ শুভ উদ্বোধন

তিনিচুকীয়াৰ লক্ষীপথাৰত নামঘৰৰ শুভ উদ্বোধন

তিনিচুকীয়াৰ লক্ষীপথাৰত নামঘৰৰ শুভ উদ্বোধন

তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ বৃহত্তৰ অঞ্চলত ‘অসম দৰ্শন’ আঁচনিৰ জৰিয়তে প্ৰায় তেইশটা নামঘৰ নিৰ্মাণৰ বাবে আঢ়ৈ লাখ টকাকৈ পুঁজি আগবঢ়াইছিল । তাৰেই ৬টা জয়পুৰীয়া গাঁও নামঘৰ আৰু লাউপাটি নামঘৰ, পানধোৱা নামঘৰ, পানধোৱা গাঁও নামঘৰ, ধুন্দানাহৰ গাঁও নামঘৰ আৰু ১ নং কপহোৱা গাঁও নামঘৰৰ শনিবাৰে
অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিশানে উদ্বোধন কৰি ৰাইজৰ বাবে উচৰ্গিত কৰে ।

তাৰ সমান্তৰালভাৱে চৰকাৰে ১০ লাখ টকাকৈ পুঁজি তাই আহোমৰ বাবেও প্ৰায় পঞ্চাশ টা “চাওঁ চেং ৰেন” পবিত্ৰ মন্দিৰৰ নিৰ্মাণৰ বাবে আগবঢ়াইছে। তাৰে দুটা মন্দিৰ আহোমসকলৰ বসতিপ্ৰধান এলেকা তিনিচুকীয়া বিধানসভা সমষ্টিৰ লাইপুলি পঞ্চায়ত আৰু লক্ষীপথাৰ পঞ্চায়তত পাবলৈ সক্ষম হোৱা মন্দিৰ দুটাৰ আধাৰশীলা নিৰ্মাণ কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments