তিনিচুকীয়াৰ মাকুমৰ হাপজানত নামঘৰৰ শুভ উদ্বোধন
তিনিচুকীয়া জিলাৰ মাকুম হাপজানৰ বৃহত্তৰ অঞ্চলত ‘অসম দৰ্শন’ আঁচনিৰ জৰিয়তে প্ৰায় ১৪০টা নামঘৰ নিৰ্মাণৰ বাবে আঢ়ৈ লাখ টকাকৈ পুঁজি আগবঢ়াইছিল ।
তাৰেই ৭টা হাপজান ক’লা কৃষ্টি নামঘৰ আৰু হাপজান স্থাপলাইন নামঘৰ, আৰু ৫টা বৃহত্তৰ ডিগবৈ অঞ্চলত নামঘৰ দেওবাৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে উদ্বোধন কৰি ৰাইজৰ বাবে উচৰ্গিত কৰে ।

তাৰ সমান্তৰালভাৱে পঞ্চায়ত পুঁজিৰ ৩ লাখ টকাকৈ পুঁজিৰ দ্বাৰা নামঘৰ জিৰণি চ’ৰাৰ বাবে হাপজান ক’লা কৃষ্টি বিকাশ কেন্দ্ৰক প্ৰদান কৰে ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News