তিনিচুকীয়াৰ মাকুমৰ হাপজানত নামঘৰৰ শুভ উদ্বোধন

48
তিনিচুকীয়াৰ মাকুমৰ হাপজানত নামঘৰৰ শুভ উদ্বোধন

তিনিচুকীয়াৰ মাকুমৰ হাপজানত নামঘৰৰ শুভ উদ্বোধন

তিনিচুকীয়া জিলাৰ মাকুম হাপজানৰ বৃহত্তৰ অঞ্চলত ‘অসম দৰ্শন’ আঁচনিৰ জৰিয়তে প্ৰায় ১৪০টা নামঘৰ নিৰ্মাণৰ বাবে আঢ়ৈ লাখ টকাকৈ পুঁজি আগবঢ়াইছিল ।

তাৰেই ৭টা হাপজান ক’লা কৃষ্টি নামঘৰ আৰু হাপজান স্থাপলাইন নামঘৰ, আৰু ৫টা বৃহত্তৰ ডিগবৈ অঞ্চলত নামঘৰ দেওবাৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে উদ্বোধন কৰি ৰাইজৰ বাবে উচৰ্গিত কৰে ।

তিনিচুকীয়াৰ মাকুমৰ হাপজানত নামঘৰৰ শুভ উদ্বোধন

তাৰ সমান্তৰালভাৱে পঞ্চায়ত পুঁজিৰ ৩ লাখ টকাকৈ পুঁজিৰ দ্বাৰা নামঘৰ জিৰণি চ’ৰাৰ বাবে হাপজান ক’লা কৃষ্টি বিকাশ কেন্দ্ৰক প্ৰদান কৰে ।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here