তিনিচুকীয়াৰ পেঙেৰীত নৃশংস হত্যাকাণ্ড
পেঙেৰী থানাৰ অন্তৰ্গত চিকৰাজানৰ হেমবাৰী লাইনত এগৰাকী মহিলাক জ্বলিথকা ফলাখৰিয়ে মৰিয়াই মৰিয়াই হত্যা৷
মহিলা গৰাকীৰ স্বামী জুৱেল ৰ্তিকীয়ে নিজ পত্নীক জ্বলিথকা খলা খৰিৰে মৰিওৱাৰ লগতে গৰম লোহাৰে গাত কোবাই কোবাই পানীত জুবুৰিয়াই অতি নৃশংসভাবে হত্যা কৰে৷
মৃত মহিলা গৰাকীৰ নাম মাৰ্গিতা ৰ্তিকী
ছয়টা সন্তানৰ মাতৃ মহিলাগৰাকীক মূমুৰ্ষ অৱস্থাত চিকিৎসালয়লৈ নিছিল যদিও মৃত্যু ঘটে৷

দুইবটল চুলাই মদৰ বাবেই নিজ পত্নীক অতি বৰ্বৰতাৰে হত্যা কৰে পাষাণ স্বামীয়ে৷
ঘটনাকলৈ অঞ্চলটোত তিব্ৰ চাঞ্চল্য
ঘটনাস্থলীত উপস্থিত পেঙেৰী আৰক্ষী
আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী জুৱেল ৰ্তিকীক৷