তিনিচুকীয়াৰ পেঙেৰীত নৃশংস হত্যাকাণ্ড

50
তিনিচুকীয়াৰ পেঙেৰীত নৃশংস হত্যাকাণ্ড

তিনিচুকীয়াৰ পেঙেৰীত নৃশংস হত্যাকাণ্ড

পেঙেৰী থানাৰ অন্তৰ্গত চিকৰাজানৰ হেমবাৰী লাইনত এগৰাকী মহিলাক জ্বলিথকা ফলাখৰিয়ে মৰিয়াই মৰিয়াই হত্যা৷

মহিলা গৰাকীৰ স্বামী জুৱেল ৰ্তিকীয়ে নিজ পত্নীক জ্বলিথকা খলা খৰিৰে মৰিওৱাৰ লগতে গৰম লোহাৰে গাত কোবাই কোবাই পানীত জুবুৰিয়াই অতি নৃশংসভাবে হত্যা কৰে৷

মৃত মহিলা গৰাকীৰ নাম মাৰ্গিতা ৰ্তিকী

ছয়টা সন্তানৰ মাতৃ মহিলাগৰাকীক মূমুৰ্ষ অৱস্থাত চিকিৎসালয়লৈ নিছিল যদিও মৃত্যু ঘটে৷

 

তিনিচুকীয়াৰ পেঙেৰীত নৃশংস হত্যাকাণ্ড
জুৱেল ৰ্তিকী

দুইবটল চুলাই মদৰ বাবেই নিজ পত্নীক অতি বৰ্বৰতাৰে হত্যা কৰে পাষাণ স্বামীয়ে৷

ঘটনাকলৈ অঞ্চলটোত তিব্ৰ চাঞ্চল্য

ঘটনাস্থলীত উপস্থিত পেঙেৰী আৰক্ষী

আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী জুৱেল ৰ্তিকীক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here