Sunday, March 26, 2023
HomeAssameseতিনিচুকীয়াৰ ন-পুখুৰীত নিশা সংঘটিত হয় এক চুৰিকাণ্ড

তিনিচুকীয়াৰ ন-পুখুৰীত নিশা সংঘটিত হয় এক চুৰিকাণ্ড

তিনিচুকীয়াৰ ন-পুখুৰীত মঙ্গলবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ড ৷

ন-পুখুৰীত অৱস্থিত ITC ৰ গোদামত সংঘটিত কৰে চুৰিকাণ্ডটো ৷

চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হয় গোপন কেমেৰাত ৷

দুজনীয়া চুৰৰ দলটোৱে কেইবাটাও তলা ভাঙি ভিতৰত প্ৰবেশ কৰি লৈ লণ্ডভণ্ড কৰে মজুত ৰখা সা-সামগ্ৰী ৷

চুৰিকাণ্ডটোত কিমান টকাৰ সা-সামগ্ৰী লৈ গৈছে এইপয্যন্ত জানিব পৰা হোৱা নাই যদিও ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত গৰাকীয়ে আৰক্ষীক অৱগত কৰিছে ৷

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments