Wednesday, March 22, 2023
HomeAssameseতিনিচুকীয়াৰ ডুমডুমাত সেনা-আৰক্ষীৰ অভিযান

তিনিচুকীয়াৰ ডুমডুমাত সেনা-আৰক্ষীৰ অভিযান

তিনিচুকীয়াৰ ডুমডুমাত সেনা-আৰক্ষীৰ অভিযান

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰূপাই ৰূপবনৰ কিমন জ্যোতি হাজৰিকাৰ নামৰ এগৰাকী লোকৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ৩৮ গ্ৰাম ড্ৰাগছ সহ কেইবাখনো চোকা অস্ত্ৰৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী আৰু জব্দ এখন বুলেটৰ লগতে দুখনকৈ চাৰিচকীয়া বাহন৷ডুমডুমা থানাৰ পৰিদৰ্শক দিব্যজ্যোতি দত্তৰ নেতৃত্বত চলিছিল এই অভিযান ,অভিযানত উদ্ধাৰ হোৱা কেওটা পিষ্টল নকল আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ কিমনজ্যোতি হাজৰিকা অসম আৰক্ষীৰ নিলম্বিত হোমগাৰ্ড আছিল।


ইতিমধ্যে ঘটনাৰ সৈতে জড়িত কেমন হাজৰিকা আৰু চাইবা আলম নামৰ দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

ৰন্টু বৰশীইকীয়া ,তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments