তিনিচুকীয়াৰ চান্দমাৰী আৰু তৰাজান সংযোগী দলংত অঘটন

11

তিনিচুকীয়াৰ চান্দমাৰী আৰু তৰাজান সংযোগী দলংত অঘটন

ৰাজু প্ৰজা ওৰফে গোবিন্দ পৰ্জা নামৰ ৪০ বছৰীয়া স্থানীয় লোক গা ধুবলৈ গৈ এইপয্যন্ত হৈ আছে নিৰুদ্দেশ ৷
ইতিমধ্যে ঘটনাস্থলীত বাৰেকুৰি আৰক্ষী, গেলাপুখুৰী আৰক্ষীৰ লগতে SDRF ৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে অভিযান ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here