Saturday, March 25, 2023
HomeAssameseতিনিচুকীয়াৰ চলিহা বৰদলৈ নগৰ নামঘৰত অখণ্ড পবিত্ৰ ভাগৱত...

তিনিচুকীয়াৰ চলিহা বৰদলৈ নগৰ নামঘৰত অখণ্ড পবিত্ৰ ভাগৱত পাঠ

প্ৰত্যেক বছৰৰ দৰে এইবাৰো তিনিচুকীয়াৰ চলিহা বৰদলৈ নগৰ নামঘৰত অখণ্ড ভাগৱত পাঠৰ দুদিনীয়া কায্যসূচীৰ আয়োজন কৰা হয় । চলিহা বৰদলৈ নগৰ নামঘৰত তিনিচুকীয়াৰ সকলো ভক্ত প্ৰাণ ৰাইজ একত্ৰিত হয় এই অখণ্ড ভাগৱত পাঠত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । অখণ্ড ভাগৱত পাঠৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে শান্তি সম্প্ৰতী যাতে বৰ্তি থাকে তাৰেই কামনা কৰা হয় ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments