তিনিচুকীয়াৰ চলিহা বৰদলৈ নগৰ নামঘৰত অখণ্ড পবিত্ৰ ভাগৱত পাঠ

44

প্ৰত্যেক বছৰৰ দৰে এইবাৰো তিনিচুকীয়াৰ চলিহা বৰদলৈ নগৰ নামঘৰত অখণ্ড ভাগৱত পাঠৰ দুদিনীয়া কায্যসূচীৰ আয়োজন কৰা হয় । চলিহা বৰদলৈ নগৰ নামঘৰত তিনিচুকীয়াৰ সকলো ভক্ত প্ৰাণ ৰাইজ একত্ৰিত হয় এই অখণ্ড ভাগৱত পাঠত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । অখণ্ড ভাগৱত পাঠৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে শান্তি সম্প্ৰতী যাতে বৰ্তি থাকে তাৰেই কামনা কৰা হয় ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here