Tuesday, March 21, 2023
HomeAssameseতিনিচুকীয়াৰ কল কাৰখানাৰ পৰা জিয়াত্ ভুগিছে সর্বসাধাৰণ ৰাইজে

তিনিচুকীয়াৰ কল কাৰখানাৰ পৰা জিয়াত্ ভুগিছে সর্বসাধাৰণ ৰাইজে

তিনিচুকীয়াৰ কল কাৰখানাৰ পৰা জিয়াত্ ভুগিছে সর্বসাধাৰণ ৰাইজে

তিনিচুকীয়াত এতিয়া চলি আছে অবিজ্ঞানসন্মত কল কাৰখানা। বছৰ ধৰি বছৰ কাৰিকৰী মেৰামতি নকৰাকৈ মালিক পক্ষই কেৱল মাত্ৰ মুনাফাৰ বাবে কাৰখানা চলাই আহিছে। ফলত সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ আৰু বাঢ়িছে বায়ু প্ৰদূষণ। তিনিচুকীয়া নৰসিংহ বঙালী গাওঁত অৱস্থিত ফেৰাতেক কাৰখানাৰ বিষাক্ত গেছ সমূহ চিমনিৰে নোলায় কাৰখানাৰ ভিতৰত আৰু নিচেই তলত প্ৰায় দুই তিনি কিলোমিটাৰ অঞ্চল বিয়পাৰ ফলত ৰাইজ অস্বাথ্যকৰ পৰিৱেশত থাকিব লগীয়া হৈছে। তাৰ বাবে সৰৱ হৈছে পৰিৱেশ সুৰক্ষা সমিতি, অসম। সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ বিভাগৰ দুৰ্বল ভূমিকাৰ বাবেই এচাম অসাধু ব্যৱসায়ীয়ে নিজৰ মৈমতালিৰে এনে কাৰ্য্য কৰিবলৈ সাহস পাইছে।ইয়াৰ বাবে সভাপতি গৰাকীয়ে উপায়ুক্ত মহোদয়ক উচিত তদন্ত কৰি এনে কাৰখানা সমূহ বন্ধ কৰিবলৈ আহ্বান জনায়।

ৰন্টু বৰশইকীয়া,তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments