Sunday, December 4, 2022
HomeAssameseতিনিচুকীয়াত Indira Miri Widow Pension আঁচনিৰ অধীনত এককালীন বিত্তীয় সাহায্য বিতৰণ 

তিনিচুকীয়াত Indira Miri Widow Pension আঁচনিৰ অধীনত এককালীন বিত্তীয় সাহায্য বিতৰণ 

তিনিচুকীয়াত Indira Miri Widow Pension আঁচনিঅধীনত এককালীন বিত্তীয় সাহায্য বিতৰণ 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ মুঠ ১১,৮৯৬ গৰাকী বিধৱা মহিলালৈ তেজপুৰত শুভাৰম্ভণি কৰা কৰা ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন আঁচনি অধীনৰ এককালীন বিত্তীয় সাহায্যৰ মঙলবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰটো জিলা খনৰ মুঠ ৪৯৮ গৰাকীৰ ভিতৰত ২০ গৰাকী বিধৱা মহিলালৈ ২৫,০০০ হাজাৰ টকাৰ এককালীন বিত্তীয় সাহায্যৰ আনুষ্ঠানিক ভাৱে অনুমোদন পত্ৰ প্ৰদান কৰা হয়।

তিনিচুকীয়াত ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন আঁচনি অধীনত এককালীন বিত্তীয় সাহায্য বিতৰণ 

উক্ত অনুষ্ঠানত তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰ্ছিং পাৱাৰ,শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া,তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ প্ৰমুখ্যে কৰি সাত খন গাঁও পঞ্চায়তৰ জন প্ৰতিনিধি সকলৰ লগতে তিনিচুকীয়া ,মাকুম আৰু ডুমডুমা পৌৰ সভাৰ পৌৰপতি সকল উপস্থিত থাকে।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments