তিনিচুকীয়াত AJYCP তিনিচুকীয়া জিলা সমিতিৰ গণ অৱস্থান ধৰ্মঘট
জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখত সাব্যস্ত কৰা প্ৰতিবাদৰ জৰিয়তে চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত তৃতীয়মান শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত বাতিলৰ দাবী জনাই ৷
উক্ত প্ৰতিবাদৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে আৰু স্মাৰকপত্ৰৰ দাবীসমূহ অতিসোনকালে ৰূপায়ণ কৰাৰ দাবী জনায় সংগঠনটোৱে ৷