Sunday, May 28, 2023
HomeAssameseতিনিচুকীয়াত ৰাষ্ট্ৰীয় একটা দিবস উপলক্ষে Run for Unity 

তিনিচুকীয়াত ৰাষ্ট্ৰীয় একটা দিবস উপলক্ষে Run for Unity 

তিনিচুকীয়াত ৰাষ্ট্ৰীয় একটা দিবস উপলক্ষে Run for Unity 

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰেই আজিও ৩১ অক্টোবৰৰ দিনটোত পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস ৷

ৰাষ্ট্ৰীয় একতা দিৱসৰ লগতে সংগতি ৰাখি পুৱাই তিনিচুকীয়াৰ থানা চাৰিআলিৰ পৰা বৰগুৰিস্থিত আই টি আই খেলপথাৰলৈ এপ ৰান ফৰ ইউনিটি শীৰ্ষক এক কায্যসূচী গ্ৰহণ কৰে।

তিনিচুকীয়াত ৰাষ্ট্ৰীয় একটা দিবস উপলক্ষে Run for Unity 

উক্ত ৰান ফৰ ইউনিটি কায্যসূচীত জিলা প্ৰশাসন, আৰক্ষী, সেনা বাহিনী, অৰ্ধসামৰিক বাহিনীৰ লগতে চহৰখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments