Saturday, March 25, 2023
HomeAssameseতিনিচুকীয়াত মূল্যবৃদ্ধিৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যি কংগ্ৰেছৰ আলোচনা চক্ৰ

তিনিচুকীয়াত মূল্যবৃদ্ধিৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যি কংগ্ৰেছৰ আলোচনা চক্ৰ

তিনিচুকীয়াত মূল্যবৃদ্ধিৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যি কংগ্ৰেছৰ আলোচনা চক্ৰ

মঙ্গলবাৰে তিনিচুকীয়াত উপস্থিত হয় ভাৰতীয় কংগ্ৰেছ দলৰ সম্পাদক বিকাশ উপাধ্যায়।

তিনিচুকীয়া জিলা কংগ্ৰেছ ভৱনত উপস্থিত হৈ মূল্য বৃদ্ধি সন্দৰ্ভত ভাৰতীয় কংগ্ৰেছ দলৰ সম্পাদক বিকাশ উপাধ্যায়ে এখন সংবাদ মেল সম্বোধন কৰে আৰু চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

পৰৱৰ্তী সময়ত তিনিচুকীয়াৰ দৈনিক বজাৰত সম্পাদকগৰাকীৰ লগতে কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলে উপস্থিত হৈ মূল্যবৃদ্ধি ৰ বাবে ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে , তাৰ ওপৰত এক সজাগতামূলক সভা অনুষ্টিত কৰে আৰু কেন্দ্ৰ আৰু ৰাজ্যত নেতৃত্বাধীন বিজেপি চৰকাৰক অতি সোনকালে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী জনায়।

ৰন্টু বৰশীইকীয়া, তিনিচুকীয়া, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments