ৰাষ্ট্ৰীয় ক্ৰিয়া দিৱস উপলক্ষে তিনিচুকীয়াত বেডমিণ্টন প্ৰতিযোগিতা
ৰাষ্ট্ৰীয় ক্ৰিয়া দিৱস উপলক্ষে তিনিচুকীয়া ৰেলৱে ডিভিজন স্পৰ্টছ ক্লাৱৰ উদ্যোগত তিনিচুকীয়াত আয়োজন কৰা হয় বেডমিন্টন প্ৰতিযোগিতা।
উক্ত প্ৰতিযোগিতা খনিত ৰেলৱেত কৰ্মচাৰী সকলৰ উপৰিও সাধাৰণ ৰাইজেও অংশগ্ৰহণ কৰিব পাৰিব।
read more-কমনৱেল্থ গেম্ছ ২০২২-ত ভাৰতৰ আকৰ্ষণীয় প্ৰদৰ্শন

পূৰ্বতে ক্ৰিকেট টুৰ্ণামেন্ত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও প্ৰতিকুল বতৰৰ বাবে বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হল।
পুৱাৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতা খনিত প্ৰথমে জুনিয়ৰ আৰু তাৰ পিছত চিনিয়ৰ সকলৰ টিম অনুসৰি খেল খেলোৱা হ’ব। এই কাৰ্যসূচী সন্দৰ্ভত উক্ত খেল খনৰ বিষয় ববিয়াৰ ভাষ্য আছিল এনে ধৰণৰ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া, Ne India News