তিনিচুকীয়াত বীৰ লাচিত সেনা আঞ্চলিক সমিতিৰ উদ্যোগত বিনামূলীয়া ভেকচিন কেম্প 

8

তিনিচুকীয়াত বীৰ লাচিত সেনা আঞ্চলিক সমিতিৰ উদ্যোগত বিনামূলীয়া ভেকচিন কেম্প 

শনিবাৰে তিনিচুকীয়াৰ বৰদলৈ নগৰ স্থিত সমম্বয় ক্লাৱ ত বীৰ লাচিত সেনাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমন্বয় সংঘৰ সহযোগত কোভিড ভেকচিনৰ প্ৰথম দ্বিতীয় আৰু বুষ্টাৰ পালি প্ৰদান কৰা হয় । বীৰ লাচিত সেনাৰ উদ্যোগত হোৱা উক্ত কায্যসূচীত তিনিচুকীয়া জিলাৰ বহু সংখ্যক ৰাইজে বিনামূলীয়াকৈ এই ভেকচিন লয় ।
উল্লেখযোগ্য যে বীৰ লাচিত সেনাৰ এই মহান কায্যসূচীৰ বাবে তিনিচুকীয়া বাসী ৰাইজে সলাগ লোৱা পৰিলক্ষিত হৈছে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here