Friday, March 24, 2023
HomeAssameseতিনিচুকীয়াত বীৰ লাচিত সেনা আঞ্চলিক সমিতিৰ উদ্যোগত বিনামূলীয়া ভেকচিন কেম্প 

তিনিচুকীয়াত বীৰ লাচিত সেনা আঞ্চলিক সমিতিৰ উদ্যোগত বিনামূলীয়া ভেকচিন কেম্প 

তিনিচুকীয়াত বীৰ লাচিত সেনা আঞ্চলিক সমিতিৰ উদ্যোগত বিনামূলীয়া ভেকচিন কেম্প 

শনিবাৰে তিনিচুকীয়াৰ বৰদলৈ নগৰ স্থিত সমম্বয় ক্লাৱ ত বীৰ লাচিত সেনাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমন্বয় সংঘৰ সহযোগত কোভিড ভেকচিনৰ প্ৰথম দ্বিতীয় আৰু বুষ্টাৰ পালি প্ৰদান কৰা হয় । বীৰ লাচিত সেনাৰ উদ্যোগত হোৱা উক্ত কায্যসূচীত তিনিচুকীয়া জিলাৰ বহু সংখ্যক ৰাইজে বিনামূলীয়াকৈ এই ভেকচিন লয় ।
উল্লেখযোগ্য যে বীৰ লাচিত সেনাৰ এই মহান কায্যসূচীৰ বাবে তিনিচুকীয়া বাসী ৰাইজে সলাগ লোৱা পৰিলক্ষিত হৈছে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments