Thursday, March 30, 2023
HomeAssameseতিনিচুকীয়াত প্ৰয়াত ভৃগু ফুকনৰ ১৫তম মৃত্যু বাৰ্ষিকী উদযাপন

তিনিচুকীয়াত প্ৰয়াত ভৃগু ফুকনৰ ১৫তম মৃত্যু বাৰ্ষিকী উদযাপন

দেওবাৰে তিনিচুকীয়াৰ এ টি ৰোড স্থিত মাৰোৱাৰী ধৰ্মশালাত ভৃগু ফুকন ফাউণ্ডেশ্যন উদ্যোগত আৰু অসম জাতীয় পৰিষদৰ সহযোগত প্ৰয়াত ভৃগু ফুকন দেৱৰ ১৫তম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় । উক্ত কায্যসূচী অনুসৰি প্ৰথমতে প্ৰয়াত ভৃগু ফুকনৰ ফটোত মাল্যপৰ্ণ কৰি ৰ শ্ৰদ্ধাজ্বলি জনায় ।তাৰ পাছতেই এটি বৰগীতৰ দ্বাৰা অনুষ্ঠানৰ আৰম্ভণি কৰে । প্ৰয়াত ভৃগু ফুকনক উদ্দেশ্যি অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সভাপতি ইজৰাইল নন্দই নিজৰ বক্তব্য দাঙি ধৰে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments