তিনিচুকীয়াত নিশা বলেৰ’ গাড়ী লৈ উধাও চোৰ

0
85

তিনিচুকীয়াত নিশা বলেৰ’ গাড়ী লৈ উধাও চোৰ 

তিনিচুকীয়া জিলাৰ লিডুৰ এগৰাকী যুৱকৰ গৃহত উপৰ্যুপৰি গাড়ী চোৰৰ উপদ্ৰৱ । নিশা গৃহৰ পৰাই এখন বলেৰ’ গাড়ী লৈ উধাও চোৰ । কেইবামাহৰ পূৰ্বে যুৱকজনৰ গৃহৰ পৰা এখন বুলেট আৰু এখন পালচাৰ বাইক চুৰি হৈছিল ।. দুদ্বৰ্ষ গাড়ী চোৰৰ টাৰ্গেটত তিনিচুকীয়া জিলাৰ লিডুৰ কৃষ্ণা গোৱালা নামৰ যুৱ ব্যৱসায়ী । নিশা লিডু ক’লপৰা গাওঁ স্থিত বাসগৃহৰ চৌহদৰ পৰা যুৱকজনৰ AS23W9272 নম্বৰৰ বগা ৰঙৰ বলেৰ’ গাড়ী এখন লৈ উধাও হয় চোৰ । গাড়ীত আছিল নগদ পন্ঞ্চাশ হাজাৰ টকা ।
Bite গুৰুত্বপূৰ্ণ কথা – যূৱকজনৰ গৃহৰ পৰা এইবছৰতে কেইটামানমাহৰ পূৰ্বে চুৰি হৈছিল এখন বুলেট আৰু এখন পালচাৰ বাইক । অন্যহাতে লিডুত এই চলিত বৰ্ষটোত সংঘটিত হৈছে বহুকেইটা গাড়ী চুৰি ঘটনা ।
নিখুট এই গাড়ী চোৰৰ ঘটনাই এটা কথা স্পষ্ট কৰি দিয়ে যে – মাৰ্ঘেৰিটা লিডু আৰু ইয়াৰ উপকন্ঠ অন্ঞ্চলত শক্তিশালী গাড়ী চুৰি চক্ৰ ।

মাৰ্ঘেৰিটা, বাবা নেওগ, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here