Saturday, March 18, 2023
HomeAssameseতিনিচুকীয়াত দুই যুৱকৰ মাৰপিটৰ বাবে এজন যুৱকৰ মৃত্যু

তিনিচুকীয়াত দুই যুৱকৰ মাৰপিটৰ বাবে এজন যুৱকৰ মৃত্যু

তিনিচুকীয়াত দুই যুৱকৰ মাৰপিটৰ বাবে এজন যুৱকৰ মৃত্যু

তিনিচুকীয়া জিলাত পুনৰ সংঘটিত হৈছে হত্যাকাণ্ড,দুই যুৱকৰ মাৰত প্ৰাণ হেৰুৱালে তিনিচুকীয়া শ্ৰিপুৰিয়াৰ অৰূপ হাজৰিকা নামৰ যুৱক জন।

এতিয়া আমি আপোনাক জনাব বিচাৰিছোঁ আচলতে হৈছিল নো কি? তিনিচুকীয়া শ্ৰীপুৰীয়াৰ অৰুপ হাজৰিকা নামৰ যুৱক জনক অংকিত ভুমিক আৰু জোনটি গগৈ নামৰ দুই যুৱকে মাৰধৰ কৰাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় অৰুপ হাজৰিকা নামৰ যুৱকজন। শুকুৰবাৰে ৰাতিপুৱা অৰুপ হাজৰিকাৰ ঘৰৰ ওচৰ চুবুৰীয়াই যুৱকজনৰ মূৰ আৰু নাকেদি তেজ ওলোৱা প্রত্যক্ষ কৰি আৰক্ষিক খবৰ দি তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ আনে। কিন্তু পৰিতাপৰ বিষয় যে চিকিৎসাসালয়ত চিকিৎসকে চাই যুৱকজনক মৃত ঘোষণা কৰে।

যুৱকজনক মাৰপিট কৰা দুই যুৱকৰ বিৰুদ্ধে ইতিমধ্যে তিনিচুকীয়া সদৰ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে পৰিয়ালে ।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments