গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীক বিনা দুখত শাসিত চৰকাৰখনে আটক কৰি অযথা হাৰাশাস্তি কৰা বন্ধ কৰাৰ লগতে অনতিপলমে মুক্তি প্ৰদান কৰিবলৈ তিনিচুকীয়াৰ চিৰাপত্তীত জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ৷
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া ,Ne India News