Sunday, December 4, 2022
HomeAssameseতিনিচুকীয়াত জিলা কংগ্ৰেছৰ প্ৰতিবাদ

তিনিচুকীয়াত জিলা কংগ্ৰেছৰ প্ৰতিবাদ

গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীক বিনা দুখত শাসিত চৰকাৰখনে আটক কৰি অযথা হাৰাশাস্তি কৰা বন্ধ কৰাৰ লগতে অনতিপলমে মুক্তি প্ৰদান কৰিবলৈ তিনিচুকীয়াৰ চিৰাপত্তীত জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ৷

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments