তিনিচুকীয়াত চোৰাং তেলৰ বিৰুদ্ধে অভিযান

40

মাকুমত চোৰাং তেল সহ দুজনক আটক কৰে।

মাকুম আৰক্ষীয়ে নিশা অভিযান চলাই মাকুম অসমীয়া গাঁৱৰ পৰা কনডেঞ্চ সহ আটক কৰে ।মাধৱ দত্ত , প্ৰণৱ কলিতা নামৰ দুজনক আটক কৰাৰ লগতে আই ২০ গাড়ী জব্দ কৰে গাড়ী নম্বৰ AR16A 0147

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here