Wednesday, March 29, 2023
HomeAssameseতিনিচুকীয়াত চোৰাং তেলৰ বিৰুদ্ধে অভিযান

তিনিচুকীয়াত চোৰাং তেলৰ বিৰুদ্ধে অভিযান

মাকুমত চোৰাং তেল সহ দুজনক আটক কৰে।

মাকুম আৰক্ষীয়ে নিশা অভিযান চলাই মাকুম অসমীয়া গাঁৱৰ পৰা কনডেঞ্চ সহ আটক কৰে ।মাধৱ দত্ত , প্ৰণৱ কলিতা নামৰ দুজনক আটক কৰাৰ লগতে আই ২০ গাড়ী জব্দ কৰে গাড়ী নম্বৰ AR16A 0147

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments