Wednesday, March 22, 2023
HomeAssameseতিনিচুকীয়াত চাহ জনজাতি ছাত্ৰ সন্থা আৰু অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকৰ আলোচনা

তিনিচুকীয়াত চাহ জনজাতি ছাত্ৰ সন্থা আৰু অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকৰ আলোচনা

শনিবাৰে তিনিচুকীয়াৰ জানমুখ স্থিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জিলা কায্যলয়ত অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া চাহ বাগিচা অপ্ৰাদেশীকৃত শিক্ষক সন্থাৰ লগত এখনি আলোচনা সভা অনুষ্ঠিত হয় । উক্ত সভাত তিনিচুকীয়াৰ বিভিন্ন চাহ বাগিচাৰ অপ্ৰাদেশীকৃত বিদ্যালয় সমূহত কৰ্মৰত শিক্ষক সকলে বছৰ বছৰ ধৰি শিক্ষকতা কৰি আহিছে যদিও তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰৰ পথলৈ গতি কৰিছে বুলি চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে আৰু ৫৮ গৰাকী শিক্ষকৰ ভৱিষ্যত জীৱনৰ লগত কোনো ধৰণৰ হেতালি নেখেলিবলৈ দাবী জনায় অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments