তিনিচুকীয়াত উপস্থিত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ প্ৰতিষ্ঠাপক দিগন্ত বিশ্ব শৰ্মা
তিনিচুকীয়াৰ বঙ্গীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ প্ৰতিষ্ঠাপক দিগন্ত বিশ্ব শৰ্মা।
হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম আৰু হিন্দু মহাসংঘ অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আয়োজিত বৌদ্ধিক প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি ৰূপে উপস্থিত থাকে দিগন্ত বিশ্ব শৰ্মা।
প্ৰতিবছৰে হিন্দু যুৱ ছাত্ৰ পৰিষৰ উদ্যোগত সপ্তহযোৰাকৈ আয়োজন কৰে এই প্ৰশিক্ষণ শিবিৰ।
হিন্দু সনাতন সংস্কৃতিৰ বিষয়ে সংগঠনৰ বিষয়বীয়া সকলক মাৰ্গদৰ্শন আগৱঢ়োৱাৰ উদ্দেশ্যে এই শিবিৰ আয়োজন কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News