Sunday, May 28, 2023
HomeAssameseতিনিচুকীয়াত উপস্থিত অসমৰ চৰকাৰ পাব্লিক একাউণ্টচৰ প্ৰতিনিধি দল

তিনিচুকীয়াত উপস্থিত অসমৰ চৰকাৰ পাব্লিক একাউণ্টচৰ প্ৰতিনিধি দল

বিজেপি চৰকাৰ বহু অভিলাসী আঁচনিৰ ভিতৰত অন্যতম আঁচনি হৈছে পানী যোগান প্ৰকল্প অৰ্থাৎ জল জীৱন মিচন আঁচনি,ৰাজ্য চৰকাৰ জনস্বাথ্য সেৱাৰ কিছুমান উন্নয়নমূলক কামৰ পৰ্যবেক্ষণৰ বাবে শাসক-বিৰোধি মাজৰ গঠন হোৱা “পাব্লিক একাউণ্টচ” নামৰ কমিটি খনে বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ মাকুম বেতজান চাহ বাগিচাত অৱস্থিত প্ৰথমটো পানী যোগান প্ৰকল্প অৰ্থাৎ জল জীৱন মিচন আঁচনিটো পৰিদৰ্শন কৰে।

উক্ত কমিটি হৈ পাব্লিক একাউণ্টচৰ সভাপতি হিচাপে ৱাজিদ আলি চক্ৰধৰ গগৈ, কমলাক্ষ দে পুৰকায়স্থ, বসন্ত ডেকা, উৎপল বৰা,স্থানীয় বিধায়ক সুৰেন ফুকন প্ৰমুখ্যে কৰি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থকাৰ লগতে পানী যোগান প্ৰকল্পটো আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ বাবে মাকুমৰ উদীয়মান যুৱক ঠিকাদাৰ কল্যাণ চেতিয়াক প্ৰশংসা কৰে।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments