Thursday, March 30, 2023
HomeAssameseতিনিচুকীয়াত আদৰ আৰু শান্তি সেৱা আশ্ৰমৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্য্যসুচী

তিনিচুকীয়াত আদৰ আৰু শান্তি সেৱা আশ্ৰমৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্য্যসুচী

তিনিচুকীয়াত আদৰ আৰু শান্তি সেৱা আশ্ৰমৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্য্যসুচী

সোমবাৰে তিনিচুকীয়াৰ বৰগুৰিত আদৰ আৰু শান্তি সেৱা আশ্ৰম এন জি অ ৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ কায্যসূচীৰ আয়োজন কৰা হয় ।

জিলা প্ৰশাসনৰ উদ্যোগত প্ৰত্যেক বছৰেই ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় পোষণ মাহৰ মাহযোৰা কায্যসূচী লোৱা হয় ।ইয়াৰ মূল উদ্দেশ্য এই যে যিসকল মহিলা অথবা এনিমিয়া দৰে ৰোগত আক্রান্ত হয় তেওঁলোকক ৰোগমুক্ত কৰাৰ লগতে , শিশুসকলক পুষ্টিকৰ খাদ্য প্ৰদান কৰাৰ লগতে গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্যৰ লগতে আহাৰৰ প্ৰদান কৰা ।

তিনিচুকীয়াত আদৰ আৰু শান্তি সেৱা আশ্ৰমৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্য্যসুচী

এনিমিয়া দৰে ৰোগৰ লগতে বিভিন্ন ৰোগটো যিসকল মহিলা আৰু শিশু সকল আক্রান্ত হয় তেওঁলোকক ৰোগমুক্ত কৰি পুষ্টিকৰ খাদ্য প্ৰদান কৰি উক্ত পোষণ মাহত বিভিন্ন ধৰণৰ কায্যসূচী লৈ আহিছে ।

আজিৰ এই কায্যসূচীত শিশু উন্নয়ন বিষয়া বেদান্ত কলিতা , জিলা শিশু ৰক্ষক বিষয়া ৰিজৱানা ইছমিন হাজৰিকা লগতে আদৰ আৰু শান্তি সেৱা আশ্ৰমৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments