Sunday, December 4, 2022
HomeAssameseতিনিচুকীয়াত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান দিৱস উপলক্ষে অসমী শাৰদীয় মেলা

তিনিচুকীয়াত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান দিৱস উপলক্ষে অসমী শাৰদীয় মেলা

তিনিচুকীয়াত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান দিৱস উপলক্ষে অসমী শাৰদীয় মেলা

সমগ্ৰ ৰাজ্য লগতে তিনিচুকীয়া জিলা অভিযান শাখাৰ উদ্যোগত তিনিচুকীয়া যুতীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয় প্ৰাংগণত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান দিৱস উপলক্ষে ২৮ ছেপ্টেম্বৰ পৰা অহা ১ অক্টোবৰলৈ তিনিদিনীয়াকৈ অসমী শাৰদীয় মেলা আয়োজন কৰা হৈছে।

তিনিচুকীয়াত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান দিৱস উপলক্ষে অসমী শাৰদীয় মেলা

অসমী শাৰদীয় মেলাত তিনিচুকীয়া জিলা খনৰ বিভিন্ন প্ৰান্তৰ অহা স্বাৱলম্বী মহিলা বা মহিলা সকলৰ গোট সমূহে হাতেৰে বোৱা বিভিন্ন ধৰণৰ কাপোৰ পৰা আদি কৰি খাদ্য সামগ্ৰী,হস্ত নিৰ্মিত বাঁহ-কাঠৰ বিভিন্ন সামগ্ৰীলৈ উপলব্ধ থকা মেলাখনিৰ উদ্ধোধক হিচাপে অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ প্ৰমুখ্যে কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰ্ছিং পাৱাৰ,জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী লগতে বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

ৰন্টু বৰশইকীয়া,তিনিচুকীয়া, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments