Saturday, March 18, 2023
HomeAssameseতিনিচুকীয়াত অসম ষ্টেট আউটচৰ্চ পাৱাৰ ৱৰ্কাৰ্চ ইউনিয়নৰ কেন্দ্ৰীয় ত্ৰী-বাৰ্ষিকী অধিৱেশন

তিনিচুকীয়াত অসম ষ্টেট আউটচৰ্চ পাৱাৰ ৱৰ্কাৰ্চ ইউনিয়নৰ কেন্দ্ৰীয় ত্ৰী-বাৰ্ষিকী অধিৱেশন

তিনিচুকীয়াত অসম ষ্টেট আউটচৰ্চ পাৱাৰ ৱৰ্কাৰ্চ ইউনিয়নৰ কেন্দ্ৰীয় ত্ৰী-বাৰ্ষিকী অধিৱেশন

তিনিচুকীয়া চহৰৰ অসম সাহিত্য সভা ভৱনত অসম ষ্টেট আউটচৰ্চ পাৱাৰ ৱৰ্কাৰ্চ ইউনিয়নে অমৃত কৰাৰ সভাপতিত্বত কেন্দ্ৰীয় ত্ৰী-বাৰ্ষিকী অধিৱেশনভাগ অনুষ্ঠিত কৰি পূৰ্বৰ সমিতিখন কিছু সাল-সনলি কৰি নতুন লোকক দায়িত্ব অৰ্পণ কৰে । তাৰ পাছত উক্ত সমিতিখনে তেওঁলোকে বিদ্যুত বিভাগত ৩টা কোম্পানীৰ অন্তৰ্গত অস্থায়ীভাৱে কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰাৰ বাবে অসম চৰকাৰক দাবী জনাই ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments