তিনিচুকীয়াত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস পালন
মাৰ্ঘেৰিটা নগৰৰ লগতে ইয়াৰ আশেপাশে থকা বিভিন্ন দোকান প্ৰতিষ্ঠান সমূহত কিছুদিনৰ পৰা চুৰৰ উপদ্ৰপ বৃদ্ধি পাবলৈ ধৰিছে।চুৰৰ বাবে এতিয়া দোকান প্ৰতিষ্ঠান সমূহৰ গৰাকীয়ে দিনটো দোকান এৰি যাৱ নোৱাৰা হৈ পৰিছে। অলপ আঁতৰি গলেই কেঁচ বাকচৰ ধন লৈ উধাও হয় চোৰ। আজিও সন্ধিয়া পৰত নগৰৰ মাজমজিয়াত থকা মা কিড ষ্টোৰত গৰাকীজনে পুজা কৰিবৰ বাবে পানী আনিবলৈ যোৱা পৰতে এটা চুৰে ব্যৱসায় প্ৰতিষ্ঠানটোত সোমাই কেচ বাকচৰ পৰা টকা লৈ উধাও হব লওঁতেই হাতে-লোতে ধৰা পৰে। চোৰটো যোৰহাট টিয়কৰ জ্যোতি দাস বুলি জানিব পৰা গৈছে। চোৰটোক ৰাইজে লপা থপা দি পিছত মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে।
News Desk , Ne India News