তিনিচুকীয়া ৰ থানা চাৰিআলিত পৰিবহন বিভাগ আৰু enforcement বিভাগৰ যুটীয়া অভিযান
বৃহস্পতি বাৰৰ সন্ধিয়া তিনিচুকীয়া চহৰৰ থানা চাৰিআলি আৰু পৰ্বতীয়া চাৰিআলি ত পৰিবহন বিভাগ আৰু enforcement বিভাগৰ যুটীয়া অভিযান চলে।অভিযান কালত বাহন চালকৰ হেলমেট, চিট বেল্ট, লাইচেঞ্চ, গাৰীৰ নথিপত্ৰ আদি ছেক কৰা হয়।অভিযান কালত এখন স্কুটি জব্দ কৰাৰ লগতে গাৰি চালকক জৰিমনা বিহা হয়।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News