Sunday, December 4, 2022
HomeAssamese'তিনিচুকীয়া সৰ্বাংগীন পৰিকল্পনা ২০৪১' সন্দৰ্ভত ৰাজহুৱা সভা

‘তিনিচুকীয়া সৰ্বাংগীন পৰিকল্পনা ২০৪১’ সন্দৰ্ভত ৰাজহুৱা সভা

‘তিনিচুকীয়া সৰ্বাংগীন পৰিকল্পনা ২০৪১’ সন্দৰ্ভত ৰাজহুৱা সভা

তিনিচুকীয়া সৰ্বাংগীন পৰিকল্পনা ২০৪১ সন্দৰ্ভত বিশদ আলোচনাৰ বাবে আৰু PMAY-U হিতাধিকাৰীৰ সজাগতা ৰ বাবে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত ২২ ছেপ্টেম্বৰ তাৰিখে এখনি ৰাজহুৱা হোৱা অনুষ্ঠিত হয়।

বৰ্তমান দিনত জনসংখ্যা বৃদ্ধি, গোলকীয় উষ্ণতা বৃদ্ধি আৰু নগৰিকৰকৰ ভিন্ন ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি এক সু সংগত আৰু সুদৃঢ় সৰ্বাংগীন পৰিকল্পনাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

এই সৰ্বাংগীন পৰিকল্পনা যাতে আধুনিকীকৰণৰ সকলো দিশ সামৰি লোৱাৰ লগতে তিনিচুকীয়া অঞ্চলৰ স্বকীয়তা ধৰি ৰাখিব পাৰে , সেই উদ্দেশ্য আগত ৰাখি, তিনিচুকীয়াৰ চুড়ান্ত সৰ্বাংগীন পৰিকল্পনা কাৰ্যকৰী ৰূপ প্ৰদান ৰ বাবে যি আলোচনাৰ প্ৰয়োজন হয় সেই আলোচনা সমূহ আজিৰ উক্ত ৰাজহুৱা হোৱা খনিত আলোচনা কৰা হয়।

'তিনিচুকীয়া সৰ্বাংগীন পৰিকল্পনা ২০৪১' সন্দৰ্ভত ৰাজহুৱা সভা

আজিৰ সভাত উপস্থিত থাকে সাংসদ তথা মন্ত্ৰী ৰামেশ্বৰ তেলী,তিনিচুকীয়া ৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিচান,তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিংহ পাৱাৰ সম্ভাজি,তিনিচুকীয়া পৌৰ সভাৰ পৌৰপতি জয়ন্ত বৰুৱা,তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি শ্ৰী যুত ৰাজেন্দ্ৰ নাথ কৈৰী।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments