Sunday, December 4, 2022
HomeAssameseতিনিচুকীয়া জিলাৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ত অবৈতনিক কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদ

তিনিচুকীয়া জিলাৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ত অবৈতনিক কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদ

তিনিচুকীয়া জিলাৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যালয়ত অবৈতনিক কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদ

বিগত ১৫-২০ বছৰ পূৰ্বে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলে গাঁৱে গাঁৱে গৈ বিভিন্ন মানুহৰ মাটি লৈ তাত একো একোটা কৈ পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছিল আৰু তাৰ বাবদ ভূমি দান কৰা পৰিয়ালৰ এজন লোকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল।

কিন্তু যোৱা দহৰ পৰা বিছ বছৰ ৬৫০০ টকাৰ বৰঙণি লাভ কৰা উক্ত কৰ্মচাৰী সকলে কেনেদৰে ইমান কম পৰিমাণৰ ধন ৰাশি লৈ পৰিয়াল পূহ পাল দিব তাৰ বাবে চিন্তিত হৈ পৰিছে।

যোৱা ২৩ তাৰিখে সংবাদ মাধ্যমত প্ৰচাৰ হোৱা মতে ৪৫০০ গৰাকী কৰ্মচাৰী ক থিকা ভিত্তিক নিযুক্তি প্ৰদান কৰা হব আৰু উক্ত কথা খাৰত সম্পূৰ্ণ বিৰোধিতা কৰে কৰ্মচাৰী সকলে কিয়নো ই চৰকাৰী চাকৰি নহয় ই মাত্ৰ থিকা ভিত্তিক নিযুক্তি হে ।

কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰণ কৰা বাবে আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় অবৈতনিক কৰ্মচাৰী সংগঠনে।কি কলে আজিৰ এই প্ৰতিবাদৰ সন্দৰ্ভত সংগঠনৰ বিষয় ববিয়াই চাওঁ আহক।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments