Sunday, December 4, 2022
HomeAssameseতিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযান অব্যাহত

তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযান অব্যাহত

তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযান অব্যাহত

তিনিচুকীয়াৰ সুৱচনী পথৰ প্ৰকাশ দাস নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত অভিযান চলাই তিনিচুকীয়া আৰক্ষীৰ ।

তিনিচুকীয়া সদৰ থানাৰ চহৰ পৰিদৰ্শক ভাষ্কৰ ৰাজ বৰুৱা সহ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত গোপন খৱৰৰ ভিত্তিত নিশা অভিযান চলাই ১৬.৩৪ গ্ৰাম ড্ৰাগছ সহ দুজনক আটক কৰে আৰক্ষীয়ে ।

প্ৰকাশ দাস নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ বাসগৃহৰ বাথৰোমত ড্ৰাগছৰ পেকেজিং কৰি থকাৰ সময়তে প্ৰকাশ দাস আৰু অমৃত দাস নামৰ দুজনক হাতে-লোটে ধৰে তিনিচুকীয়া আৰক্ষীয়ে ।

পৰবৰ্তী সময়ত দুয়োকে সদৰ থানালৈ লৈ অহাৰ লগতে অধিক তথ্যৰ সন্ধানত মাৰাঠন জেৰা অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments