জিলা প্ৰসাশনৰ পৰা এই উচ্ছেদ অভিযান।
উক্ত ধাবা ৰেষ্টুৰেনট সমুহ অবৈধ ভাবে নিৰ্মান কৰা হৈছিল।
গ্ৰাহক সকলক অবৈধ ভাবে সুৰা বিক্ৰি কৰিছিল এই ধাবা আৰু ৰেষ্টুৰেন্টত।
কিছুদিন পূৰ্বে তিনিচুকীয়া জিলা প্ৰসাশনৰ তৰফৰ পৰা এই ধাবা ৰেষ্টুৰেন্টৰ পৰা জব্দ কৰা হৈছিল বৃহৎ সংখ্যক দামী দামী সুৰা। যাৰ বাবে ৫জুন তাৰিখে ছিল কৰি দিয়া হৈছিল ধাবা খন।
আজি ১৪ খন ধাবা আৰু ৰেষ্টুৰেণ্ট উচ্ছেদ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে।
ঘটানস্থলীত যাতে জটিল পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে প্ৰসাশনে উচ্ছেদস্থলীত নিয়োগ কৰিছে বৃহৎ আৰক্ষী আৰু চি আৰ পি এফৰ দল।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News