বহাগৰ এনাজৰী লগ বিহু দল আৰু মাকুম বাসী ৰাইজৰ সহযোগত তিনিচুকীয়াৰ মাকুম ৰজনী কান্ত খেল পথাৰত মুকলি বিহু আয়োজন কৰা হয়।
অসমৰ জাতীয় লোকসংস্কৃতিক চিৰকাল জীয়াই ৰখাৰ প্ৰচেষ্টাৰ ফলস্বৰূপে বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ বহাগৰ এনাজৰী লগ বিহু দলৰ উদ্যোগত আৰু মাকুম বাসী ৰাইজৰ সহযোগত পৰম্পৰাগতভাৱে প্ৰতিবছৰ দৰে এই বছৰো দৃতীয় বহাগৰ দিনটোতে তিনিচুকীয়া জিলাৰ মাকুম ৰ ৰজনী কান্ত খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন বিহু দলৰ নৃত্য প্ৰদৰ্শনেৰে মুকলি বিহু খনি আয়োজন কৰা হয়।
ৰন্টু বৰশইকীয়া, মাকুম,Ne India News