Monday, March 27, 2023
HomeAssameseতিনিচুকীয়াৰ মাকুম শংকৰ দেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰম্পৰাগত খেল 

তিনিচুকীয়াৰ মাকুম শংকৰ দেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰম্পৰাগত খেল 

তিনিচুকীয়াৰ মাকুম শংকৰ দেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰম্পৰাগত খেল 

মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাৱ তিথিৰ লগতে ৰাষ্ট্ৰীয় খেল দিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়াৰ মাকুম শংকৰ দেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰম্পৰাগত খেল অনুষ্ঠিত হয় ।

তিনিচুকীয়া জিলাৰ মাকুম শংকৰ দেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰম্পৰাগত খেল আৰু দিহা নামেৰে অনুষ্ঠিত কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাৱ তিথি ।

 

তিনিচুকীয়াৰ মাকুম শংকৰ দেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰম্পৰাগত খেল 

এফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাৱ তিথি আৰু আনফালে ৰাষ্ট্ৰীয় ক্ৰীয়া দিৱস । সমগ্ৰ ৰাজ্যতে আজি পালন কৰা হৈছে মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি ।

read more-স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত মাকুম চহৰত মাকুম পৌৰসভাৰ চাফাই অভিযান

মাকুম শংকৰ দেৱ বিদ্যা নিকেতনতো‌ উলহ মালহেৰে উদযাপন কৰা হৈছে শংকৰ দেৱৰ তিৰোভাৱ তিথি ।

তিৰোভাৱ তিথিৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হৈছে আমাৰ সমাজৰ পৰা বিলুপ্ত হ’ব ধৰা বহু পৰম্পৰাগত খেল ।

এফালে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশন কৰা নাম কীৰ্তন আৰু আনফালে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ‌ৰাখি অনুষ্ঠিত কৰা খেল ধেমালিয়ে এক অনন্য মাত্ৰা প্ৰদান কৰে বিদ্যালয়খনত ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments