Sunday, December 4, 2022
HomeAssameseতিনিচুকীয়াৰ বৰগুৰিত উজনি অসমৰ নাট্য দল মাতৃভূমি থিয়েটাৰ

তিনিচুকীয়াৰ বৰগুৰিত উজনি অসমৰ নাট্য দল মাতৃভূমি থিয়েটাৰ

তিনিচুকীয়াৰ বৰগুৰিত উজনি অসমৰ নাট্য দল মাতৃভূমি থিয়েটাৰ

উজনি অসমৰ নাট্যদল মৰাণ তিলৈ মাতৃভূমি থিয়েটাৰ আহি আছে তিনিচুকীয়াৰ বৰগুৰিলৈ । বজালতলী যুৱক সংঘ আৰু পুথিভঁৰালৰ সাহাযাৰ্থে অহা ১০, ১১আৰু ১২নৱেম্বৰত তিনিটি নিশা জীপাল কৰি তুলিবলৈ তিনিচুকীয়া বাসীক আমোদ দিবলৈ মাতৃভূমি থিয়েটাৰৰ নাট্যদল টি ইতিমধ্যে সাজু হৈছে ।

উক্ত তিনিটি নিশাৰ প্ৰথম দিনৰ নাটক মায়াবিনি এই ৰাতি নাট্যদলটিয়ে ৰাইজৰ আগত মনস্থ কৰা হব ।

ইয়াৰ পাছতেই প্ৰবীণ ফুকনৰ অজলা ককাইৰ পগলা মৰম আৰু অনন্ত দত্তৰ কুৰুক্ষেত্ৰ ৰ নাট্য দলটিৰ কলা কুশলী সকলে নিজৰ অভিনয় প্ৰদৰ্শন কৰিব ।

তিনিচুকীয়াৰ বৰগুৰিত হবলগীয়া মাতৃভূমি থিয়েটাৰ খনি উপভোগ কৰিবলৈ বজালতলী যুৱক সংঘৰ উদ্যোক্তাসকলে তিনিচুকীয়া বাসীক সাদৰৰে নিমন্ত্ৰণ জনাইছে।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments