Monday, November 28, 2022
HomeAssameseতিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত গুলীচালনাৰ ঘটনা

তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত গুলীচালনাৰ ঘটনা

তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত গুলীচালনাৰ ঘটনা 

তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত গুলীচালনাৰ ঘটনা ।

উগ্ৰপন্থীৰ সৈতে সেনা-আৰক্ষীৰ গুলীয়াগুলী ।

বনাঞ্চলখনত আলফাৰ দল থকাৰ সন্দেহত সেনাই চলাইছিল অভিযান ।

বনাঞ্চলখনত আলফাৰ পাঁচ জনীয়া দলে আশ্ৰয় লোৱাৰ সন্দেহ ।

দুই পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী ।

পেঙেৰী-ডিগবৈ সংযোগী পথ বন্ধ কৰি ৰাখিছে সেনাই ।

ঘটনাত হতাহতিৰ তথ্য জানিব পৰা হোৱা নাই ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments