তিনিচুকীয়া ৰ বহু বিতৰ্কিত দা আপুচ নামৰ ৰেষ্টুৰেন্ট খনত তিনিচুকীয়া জিলা প্ৰশাসনে লগালে তলা। উল্লেখযোগ্য যে অবৈধ সুৰা ৰখাৰ বাবে উক্ত ৰেষ্টুৰেন্ট খনত তিনিচুকীয়া জিলা প্ৰশাসনৰ তলা লাগে।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News