Monday, November 28, 2022
HomeAssameseতিনিচুকীয়াৰ গুলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰ ত আয়োজন কৰা আশীৰ্বাদ উৎসৱ দিৱসৰ সামৰণি 

তিনিচুকীয়াৰ গুলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰ ত আয়োজন কৰা আশীৰ্বাদ উৎসৱ দিৱসৰ সামৰণি 

তিনিচুকীয়াৰ গুলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰ ত আয়োজন কৰা আশীৰ্বাদ উৎসৱ দিৱসৰ সামৰণি 

কৰণা মহামাৰীয়ে সন্ত্ৰাস চলালে সমগ্ৰ বিশ্ব জুৰি।বহুতে নিজৰ সকলো হেৰুৱালে, নিজৰ পৰিয়াল ৰ লোক হেৰালে ।

United Christian fellowship তিনিচুকীয়া আৰু ডিব্ৰুগ়ৰ আন্ত চাৰ্চ ফৰাম ৰ যৌথ উদ্যোগত আয়োজন কৰা আশীৰ্বাদ উৎসৱ দিৱস আজি সফল সামৰণি পৰে।

২০ ছেপ্টেম্বৰ ৰ পৰা ২২ ছেপ্টেম্বৰ তাৰিখলৈ আয়োজন কৰা হৈছিল উক্ত কাৰ্যক্ৰম টো।আজিৰ কাৰ্যসূচী সন্দৰ্ভত এনেদৰে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে উদ্যোগতা মণ্ডলীয়ে

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments