তিনিচুকীয়াত ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড সংক্ৰান্তিয় সজাগতামূলক সভা
তিনিচুকীয়া বাসী ৰাইজক আধাৰ কাৰ্ড ৰ লগত ভোটাৰ কাৰ্ড লিংক কৰাৰ ওপৰত সজাগ কৰাৰ উদ্দেশ্যে ৰে তিনিচুকীয়া জিলাৰ প্ৰতিটো পলিং ষ্টেচন ৰ লগতে জনবহুল এলেকা সমূহত আয়োজন কৰা হৈছে সজাগতামূলক সভা।

যোৱা ১ আগষ্ট তাৰিখৰ পৰা সমূহ ভাৰত বৰ্ষত ভোটাৰ কাৰ্ড ৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সম্পূৰ্ণ বিনামূলীয়া এই প্ৰক্ৰিয়াক সফল ৰূপায়ন কৰা বাবে ৰাজ্যৰ ঘৰে ঘৰে B,L,O, সকল গৈ ভোটাৰ কাৰ্ড ৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ প্ৰক্ৰিয়া চলাই গৈছে।আজিৰ এই সজাগতামূলক কাৰ্যসূচী সন্দৰ্ভত বিষয় ববিয়াৰ ভাষ্য আছিল এনেধৰণৰ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News