Saturday, March 18, 2023
HomeAssameseডিগবৈত ভয়ংকৰ অগ্নিকাণ্ড

ডিগবৈত ভয়ংকৰ অগ্নিকাণ্ড

ডিগবৈত ভয়ংকৰ অগ্নিকাণ্ড

ডিগবৈ চাৰিআলিৰ কালীবাৰী হাউচিং এলেকাত অগ্নিকাণ্ড।

অগ্নিকাণ্ডত এটা যৌথ পৰিয়ালৰ বাসগৃহৰ বহু সা- সম্পত্তি ভস্মীভূত।

এল পিজি গেছ চিলিণ্ডাৰ ৰ পৰা অগ্নিকাণ্ড সূত্ৰপাত।

শ্ৰীপ্ৰকাশ গুপ্তা আৰু শ্ৰীলাল গুপ্তাৰ যৌথ ভাৱে বসবাস কৰা বাসগৃহত অগ্নিকাণ্ড।।

ডিগবৈ আই অ চি অগ্নি নিৰ্বাপক বাহিনী, ডিগবৈ আৰক্ষী উপস্থিত।

ফুচকা বনাই থাকোতে অগ্নিকাণ্ডৰ সূত্ৰপাত।

এক ঘণ্টাৰ মূৰত অগ্নিকাণ্ড নিয়ন্ত্ৰণ।

অগ্নিকাণ্ডত ঘৰৰ বহু আঁচ বাব সা সম্পত্তি ভস্মীভূত।

ৰন্টু বৰশইকীয়াৰ ৰিপ’ৰ্ট, Ne India News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments