Monday, November 28, 2022
HomeAssameseতিনিচুকীয়াত আয়োজন মাকুম কেন্দ্ৰীয় কৰম সন্মিলন

তিনিচুকীয়াত আয়োজন মাকুম কেন্দ্ৰীয় কৰম সন্মিলন

তিনিচুকীয়াত আয়োজন মাকুম কেন্দ্ৰীয় কৰম সন্মিলন

এইয়া কৰম ৰ বতৰ।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চুকে কুনে উলহ মালহেৰে উদযাপন কৰা হৈছে আদিবাসী সকলৰ পবিত্ৰ উৎসৱ কৰম উৎসৱ।

তিনিচুকীয়া জিলাৰ মাকুমৰ ৰজনী কান্ত খেলপথাৰত ২৪ ছেপ্টেম্বৰ তাৰিখৰ পৰা ২৫ ছেপ্টেম্বৰ তাৰিখ লৈ দুদিনিয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মাকুম কেন্দ্ৰীয় কৰম সন্মিলন।

২৪ ছেপ্টেম্বৰ তাৰিখে পুৱা পতাকা উত্তোলন ,বন্তি প্ৰজ্বলন,স্মৃতি তৰ্পণ আদি কাৰ্যসূচী ৰে আৰম্ভ হৈছিল সন্মিলন খনি।

তিনিচুকীয়াত আয়োজন মাকুম কেন্দ্ৰীয় কৰম সন্মিলন

২৫ ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ শেষৰ দিনা বিয়লি ৩ বজাত মাকুম চহৰ ত এক সাংস্কৃতিক শোভযাত্ৰা বাহিৰ কৰা হয় ।

সাংস্কৃতিক শোভা যাত্ৰাত বহু কেইজন ইউটিউবৰ উপস্থিত থাকে।আজি সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আয়োজন কৰা হৈছে।

এই কাৰ্যসূচী সন্দৰ্ভত এনেদৰে মন্তব্য প্ৰকাশ কৰিলে কৰম উদযাপন সমিতিৰ বিষয় ববিয়াই।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments