তামুলপুৰৰ এঘাৰ মাইলত নিশা বিটিচি প্ৰধান প্ৰমোদ বড়োৰ এচকৰ্ট পাইলত বাহন দূৰ্ঘটনা গ্ৰস্ত ৷
নিহত এজন আৰক্ষীৰ লোক তিনিজন গুৰুতৰ ভাৱে আহত ৷
নিহত আৰক্ষী জনৰ নাম ৰাজু কলিতা (33)
আহত ব্ৰজেন ৰাজবংশী ,উৎপল পাটগিৰি , প্ৰকাশ দাস
আহত তিনিজনক ৰঙিয়াস্থিত স্বস্তি হস্পাতালত ভৰ্তি ৷
প্ৰমোদ বড়োৰ তামুলপুৰৰ গৃহৰ পৰা এচকৰ্ট পাইলট বাহনখন ৰঙিয়ালৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত লুটি খায় পৰি যায় ৷
৷
ৰজনী বৰ্মন , তামুলপুৰ, Ne India News