Sunday, December 4, 2022
HomeAssameseতামিলনাডু ত অনুষ্ঠিত Dead Lift Championship-2022ত পুনৰ নাম উজলিল অসমৰ

তামিলনাডু ত অনুষ্ঠিত Dead Lift Championship-2022ত পুনৰ নাম উজলিল অসমৰ

তামিলনাডু ত অনুষ্ঠিত Dead Lift Championship-2022ত পুনৰ নাম উজলিল অসমৰ

ভিন্ন সময় ত ৰাষ্ট্ৰীয় আন্ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজলাইছে অসম মাতৃৰ সুযোগ্য সন্তানে।অসম ৰ ১৬ জন কৈ প্ৰতিযোগী য়ে তামিল নাডু ত অনুষ্ঠিত Dead Lift Championship-2022ত পুৰস্কাৰ লাভ কৰি উজলালে অসমৰ নাম।

টিম মেনেজাৰ প্ৰকাশ লামাৰ দায়িত্ব ত যোৱা এটি দলৰ ২২ গৰাকী খেলুৱৈ ৰ ভিতৰত ১৬ গৰাকী কৈ খেলুৱৈ এ লাভ কৰিলে বঁটা।

লগতে উক্ত দল টিয়ে ২ য় শ্ৰেষ্ঠ দলৰ সন্মান বুটলিব সক্ষম হয়।উক্ত দলটোৰ ৫ গৰাকী খেলুৱৈ এ সোণৰ পদক,৫ গৰাকী খেলুৱৈ এ ৰূপৰ পদক আৰু ৬ গৰাকী খেলুৱৈ এ ব্ৰঞ্জ ৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments