ড° হিমন্ত বিশ্ব শৰ্মা বতৰ বিজ্ঞানী

0
1000

ড° হিমন্ত বিশ্ব শৰ্মা বতৰ বিজ্ঞানী

news desk neindia: প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মা এজন ভাল বতৰ বিজ্ঞানী ৷ বতৰ কি হ’ব সেয়া তেওঁ আগতীয়াকৈ জানে ৷ হিমন্ত বিশ্ব শৰ্মাই সদায় ঢৌতে নিৰ্বাচন জিকিছে আৰু এইবাৰো তেওঁ বিজেপিৰ ঢৌতে  জয়ী হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here