গৰাখহনীয়াই মথাউৰিটো পাবলৈ মাত্ৰ ১০/১৫ ফুট মান বাকী ৷
গৰাখহনীয়া থলী পৰিদৰ্শন কৰে বিধায়ক আৰু জলস্পদ বিভাগৰ উচ্চপদস্থ বিষয়া ।
বিধায়ক বলীন চেতিয়াই গৰাখহনীয়া থলীৰ পৰাই ৰাজ্য চৰকাৰৰ জলস্পদ মন্ত্ৰীলৈ ফোনৰ যোগেদি অৱগত কৰে ৷
গৰাখনীয়া থলীত উপস্থিত হৈ বিধায়ক বলীন চেতিয়াই অহাকালিৰ পৰা জৰুৰীকালিন জিঅ মেঘা বেগৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে৷ এই গৰাখহনীয়া ৰোধ কৰি স্থায়ীভাৱে সমাধানৰ দাবী তুলিছে বানগৰাখহীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ
বিধায়ক বলীন চেতিয়াই সংবাদ মাধ্যমৰ আগত কয় যে এই গৰাখহনীয়া ৰোধ কৰিবলৈ জৰুৰীকালীন ভাবে জীঅ মেঘা বেগ কাম আৰম্ভ কৰিবলৈ জলস্পদ বিভাগৰ বিষয়ালৈ নিৰ্দেশ দিয়ে৷
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News