Monday, May 22, 2023
HomeAssameseডুমডুমা আৰক্ষীৰ বৃহৎ সাফল্য

ডুমডুমা আৰক্ষীৰ বৃহৎ সাফল্য

ডুমডুমা আৰক্ষীৰ অভিযানত ৯ টাকৈ তেলচোৰক কৰায়ক্ত ।

ডুমডুমা আৰক্ষীয়ে কৰায়ক্ত কৰা তেল চোৰ কেইটা ক্ৰমে:–

১) তিনিচুকীয়া লোহাৰী নেপালী গাঁৱৰ কৰ্ণ চেতিয়া

২) মাকুম নতুন গান্ধী নগৰৰ জিতেন গগৈ

৩) মাকুম গান্ধী নগৰৰ গুণ কান্ত মৰাণ ।

৪) তিনিচুকীয়া লোহাৰী-কচাৰীৰ বিমল দহোটীয়া

৫) তিনিচুকীয়া লোহাৰী-কচাৰীৰ গিবন দহোটীয়া ।

৬) তিনিচুকীয়া নগৰৰ খৰ্গজ্যোতি গগৈ ।

৭) তিনিচুকীয়া ভীমপাৰাৰ প্ৰাঞ্জল গগৈ ।

৮) তিনিচুকীয়া লোহাৰী নেপালী গাঁৱৰ ৰূপজ্যোতি গগৈ

৯) তিনিচুকীয়া লোহাৰী নেপালী গাঁৱৰ পদ্মেশ্বৰ চেতিয়া ।

আটাইকেইজনৰ বিৰুদ্ধে দিৰ্ঘদিনৰ পৰা তিনিচুকীয়া জিলাখনৰ বিভিন্ন স্থানত অইলৰ তেল পৰিবাহী পাইপ কাটি তেলচোৰ কৰাৰ অভিযোগ আছিল ।

আটাইকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেল হাজুতলৈ প্ৰেৰণ কৰিছে ।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments