ডুমডুমাত CRPF ৰ সাহায্য বিতৰণ 

0
643

ডুমডুমাত CRPF ৰ সাহায্য বিতৰণ 

 লক্ ডাউনৰ মাজতেই দুৰ্গতজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে CRPF ৰ জোৱান সকল । ডুমডুমাৰ ৰাইডাং চাহ বাগিচাস্থিত CRPF ৰ 87 বেটেলিয়ানৰ জোৱান সকলে আজি ৰাইডাং চাহ বাগিচা পালং লাইনৰ প্ৰায় ১৩০ টা দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।

CRPF ৰ জোৱান সকলে দৰিদ্ৰ লোকসকলৰ ঘৰে-ঘৰে গৈ নিজ নিজ ভাগৰ খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে । খাদ্য সামগ্ৰীৰ লগতে CRPF ৰ জোৱান সকলে দৰিদ্ৰ লোকসকলক চেনিটাইজাৰো প্ৰদান কৰে।

https://youtu.be/ySdulgPJVE4?t=5

দ্বীপেন লহকৰ ,কাকপথাৰ,Ne india news

LEAVE A REPLY

Please enter your comment!
Please enter your name here