Sunday, March 19, 2023
HomeAssameseডুমডুমাত মৰান ছাত্ৰ সন্থাৰ মুণ্ডন প্ৰতিবাদ

ডুমডুমাত মৰান ছাত্ৰ সন্থাৰ মুণ্ডন প্ৰতিবাদ

ডুমডুমাত মৰান ছাত্ৰ সন্থাৰ মুণ্ডন প্ৰতিবাদ

১ আগষ্ট তাৰিখৰ পৰা বান পীড়িত 24 টা পৰিয়ালক সংস্থাপন দিয়াৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা, অসম মৰান সভাকে আদি কৰি কেইবাটাও সংগঠনে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট পালন কৰি অহা পিচত চৰকাৰ কিম্বা জিলা প্ৰশাসন তৰফৰ পৰা কোনো ধৰণৰ ইতিবাচক সঁহাৰি নোপোৱাত আজি সদৌ মৰান ছাত্ৰ সন্থাৰ তালাপ-কৰ্দৈগুৰি আৰু ডুমডুমা আঞ্চলিক সমিতিৰ চাৰি গৰাকী নেতা-কৰ্মীয়ে প্ৰতিবাদ প্ৰতিকী স্বৰুপ মুণ্ডন কৰে | গণতান্ত্ৰিক পদ্ধতিৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মৰান ছাত্ৰ সন্থাই |

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments