Monday, March 27, 2023
HomeAssameseডুমডুমাত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক আহত

ডুমডুমাত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক আহত

ডুমডুমাত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক আহত

ডুমডুমাৰ বিচাকপি চাহ ফেক্টৰীৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক আহত হয় ।

ঘটনাৰ বিৱৰণী মতে নামচাইৰ পৰা তিনিচুকীয়ালৈ আহি থকা AS23 AE 5233 নম্বৰৰ ভেনু বাহনখনে তীব্ৰ গতিৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দিয়াই ডুমডুমাৰ পৰা কাকপথাৰ দিশে গৈ থকা AR 20 0658 নম্বৰৰ ইয়ন বাহন খনক প্ৰচণ্ড গতিত মুখামুখি সংঘৰ্ষ হয় , যাৰ ফলত কাকপথাৰ নিবাসী ৰুবুল বৰাৰ পত্নী আৰু কন্যা সামন্য পৰিমানে আঘাতপ্ৰাপ্ত হয়।

ৰাজপথত তীব্ৰ গতিত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰা তিনিচুকীয়াৰ নিয়াজ আলি মল্লিক নামৰ লোক জন গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত হয়। পৰৱৰ্তী সময়ত স্থানীয় লোকে আহত লোক সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ৰন্টু বৰশইকীয়া,তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments