Wednesday, March 29, 2023
HomeAssameseডুমডুমাত বিশ্ব পৰিৱেশ দিৱস দিনযোৰা কাৰ্যসূচীৰে উদযাপন

ডুমডুমাত বিশ্ব পৰিৱেশ দিৱস দিনযোৰা কাৰ্যসূচীৰে উদযাপন

সমগ্ৰ ৰাজ্যৰ লগতে ডুমডুমাৰ ঠায়ে ঠায়ে বিশ্ব পৰিৱেশ দিৱসত দিনযোৰা কাৰ্যসূচীৰে উদযাপন ৷

ছাত্ৰছাত্ৰী মাজত পৰিবেশ সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা ৷ গছপুলি ৰোপণ বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা ৷ সমাজ সচেতন ব্যক্তিৰ দ্বাৰা বিদ্যালয়ৰ ছাত্ৰছাত্ৰী ৰাইজৰ মাজত পৰিৱেশৰ সজাগতা সভা অনুষ্ঠিত কৰে ৷ বন বিভাগ বন্যপ্ৰাণী সংৰক্ষণ পৰিৱেশ বিভাগৰ বেচৰকাৰী সংগঠনৰ দ্বাৰা পৰিৱেশৰ সজাগতা সৃষ্টি কৰা ৷ বানপানী গৰাখহনীয়া ৰোধ কৰিবলৈ নৈ কাষৰীয়া এলেকাত লতাজাতীয় গছ ৰোপণ কৰিলে ৷ আমি গৰাখহনীয়া সমস্যাটোৰ পৰা ৰক্ষা পাব পাৰোঁ ৷ প্ৰাকৃতিক ৰক্ষা কৰিবলৈ হলে মুল কবজ সেউজীয়া কৰি ৰাখিবলৈ লাগিব ৷ এই সজাগতা সভাৰ যোগেদি অনাগত সময়ত পূৰ্ণ সহযোগিতা পাবৰ আশাৰে ৰ’ম ৷ আমিও সংবাদকৰ্মী হৈ প্ৰবল ৰূপত গৰাখহনীয়া নৈ পৰীয়াৰ ৰাইজে লতাজাতীয় গছ পুলি ৰূপন কৰি গৰাখহনীয়াৰ ৰক্ষা পাব পাৰি চেষ্টা অব্যাহত ৰাখক সফল হব ৷

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments