ঐতিহাসিক ৰিফাইনেৰীটোৰ নিউ পাম্প হাউছৰ কাষত নিৰ্গত হৈছে গেছ।
ৰিফাইনেৰীৰ কাষতে থকা নিউ মাৰ্কেটৰ পথছোৱা যাতায়তৰ বাবে বন্ধ কৰা হৈছে,কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে অঞ্চলটিত
স্থানীয় জনসাধাৰণ মাজত চাঞ্চ্যলৰ সৃষ্টি হোৱাৰ লগতে শংকিত হোৱাৰ পৰিলক্ষিত হৈছে।
তিনিচুকীয়াৰ পৰা ৰন্টু বৰশইকীয়া ৰিপ’ৰ্ট